News

১৫ মে লৈকে বন্ধ থাকিব দেশৰ ঐতিহাসিক কীৰ্তিচিহ্নঃ ৰংঘৰ তলাতল কাৰেংঘৰ শিৱদল হয়গ্ৰীৱ মাধৱ দেৱালয় বন্ধ

ঘাতক ক’ভিড-১৯সৃষ্ট ভয়াৱহ পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রীয় চৰকাৰৰ অধীনৰ সকলাে ঐতিহাসিক কীৰ্তিচিহ্ন ১৫ মে লৈকে বন্ধ ঘােষণা কৰিছে। দেশজুৰি ক’ভিড-১৯ৰ দ্বিতীয় জোৱাৰে সংহাৰী ৰূপ লােৱাৰ বাবে কালি ভাৰতীয় পুৰাতত্ত্ব বিভাগে ঐতিহাসিক তাজমহল, কুতুবমিনাৰ, লালকিল্লাকে ধৰি দেশৰ প্রান্তে প্রান্তে থকা সকলাে কীৰ্তিচিহ্ন দর্শনার্থী-পর্যটকৰ বাবে বন্ধ কৰিলে। পুৰাতত্ত্ব বিভাগে ঘােষণা কৰা …

Read More »